Published on:
Updated on:
- দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো বিসংগতি।
- ভোটাৰ তালিকাত অহা নাই বহু ভোটাৰৰ নাম।
- হাতীধুৰা জিলা পৰিষদৰ অধীনস্থ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত নাম নাই শতাধিক ভোটাৰৰ।
- ইয়াকে লৈ ৮০ নং বেলাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা।
- ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভোটাৰ তালিকাত নাম নাই ১২০ জন ভোটাৰৰ।
- ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভোটাৰসকলৰ মাজত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in