অসম
কমিটীৰ বৈঠকত চূড়ান্ত নহ’ল সিদ্ধান্ত, ৭ দিনৰ ভিতৰত চৰকাৰক দিব প্ৰতিবেদন…
- ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত উচ্চস্তৰীয় কমিটীৰ বৈঠক সমাপ্ত।
- আজিৰ এই বৈঠকতো চূড়ান্ত নহ'ল কমিটীৰ সিদ্ধান্ত।
- বৈঠকৰ অন্তত অধ্যক্ষ ড০ অলক কুমাৰ বুঢ়াগোঁহাইৰ সংবাদমেল।
- সংবাদমেল সম্বোধন কৰি ড০ অলক কুমাৰ বুঢ়াগোঁহাইয়ে কয়-
- 'তথ্যৰ ওপৰত মূল্যাংকন কৰা হ'ব পৰীক্ষাৰ্থীসকলক।'
- 'বৈজ্ঞানিক আৰু তথ্যভিত্তিক ৰূপ ৰেখাৰে মূল্যাংকন কৰা হ'ব।'
- '৭ দিনৰ ভিতৰত চৰকাৰক দাখিল কৰা হ'ব প্ৰতিবেদন।'
- পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যাংকনৰ ইংগিত প্ৰদান কৰা হয় এই সংবাদমেলখনত।