চামগুৰিত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত, একাংশ বিজেপি কৰ্মীয়ে ভাঙিলে ৰকিবুল হুছেইনৰ বাহন…

চামগুৰিত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত, একাংশ বিজেপি কৰ্মীয়ে ভাঙিলে ৰকিবুল হুছেইনৰ বাহন…

author-image
asomiyapratidin
New Update
চামগুৰিত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত, একাংশ বিজেপি কৰ্মীয়ে ভাঙিলে ৰকিবুল হুছেইনৰ বাহন…

  • চামগুৰিৰ বৰমাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত।
  • ৰকিবুল হুছেইনৰ সন্মুখতেই দুই দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ।
  • একাংশ বিজেপি কৰ্মীয়ে ৰকিবুল হুছেইনৰ বাহন ভাঙি চূৰমাৰ কৰাৰ অভিযোগ।
  • ৰকিবুল বাহিনীৰ আক্ৰমণত ২ বিজেপি সমৰ্থক আহত হোৱাৰো অভিযোগ উঠিছে।
  • কংগ্ৰেছী সমৰ্থকে বাহন ভাঙি বিজেপিলৈ দোষ ঠেলাৰ অভিযোগ বিজেপি কৰ্মীৰ।
  • বিজেপিৰ বিজয়োৎসৱত ৰকিবুল হুছেইনৰ দেহৰক্ষীয়ে বাধা দিয়াৰ বাবেই সৃষ্টি হয় এই সংঘাতৰ।