ছামেদুৰ ৰহমানক ৬ দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ

ছামেদুৰ ৰহমানক ৬ দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ

author-image
asomiyapratidin
New Update
এ পি এছ চিৰ নিলম্বিত সদস্য চামেদুৰ ৰহমানৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰীৰ অন্যতম খলনায়ক ছামেদুৰ ৰহমানক ৬ দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে আদালতে।কৃষি উন্নয়ন বিষয়া পদৰ নিযুক্তিৰ কেলেংকাৰীৰ অভিযোগত ভঙাগড় থানাত ৰুজু হৈ থকা এক গোচৰত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Advertisment

কাহিলীপাৰা বিশেষ আৰক্ষীৰ কাৰ্যালয়ত জেৰা কৰাৰ অন্তত আজি পুৱা ৰহমানক আদালতত হাজিৰ কৰা হয়। পিছত আদালতে এপিএছচিৰ অপসাৰিত সদস্যজনক ৬দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।