বিশেষ বিমানেৰে আহি মেছুকা মহোৎসৱত অংশ ল’বলৈ ডিব্ৰুগড়ত ছলমান খান

বিশেষ বিমানেৰে আহি মেছুকা মহোৎসৱত অংশ ল’বলৈ ডিব্ৰুগড়ত ছলমান খান

author-image
asomiyapratidin
New Update
বিশেষ বিমানেৰে আহি মেছুকা মহোৎসৱত অংশ ল’বলৈ ডিব্ৰুগড়ত ছলমান খান

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ এদিনীয়া ভ্ৰমণসূচীৰে অসম-অৰুণাচললৈ অহা ছুপাৰষ্টাৰ ছলমান খান বৃহস্পতিবাৰে পুৱাই ডিব্ৰুগড়ত উপস্থিত হয়হি। পঞ্জাৱৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱা ছলমান খানক গুণগ্ৰাহীসকলে উষ্ম আদৰণি জনায়।

তাৰ পৰা হেলিকপ্টাৰেৰে অৰুণাচললৈ মেছুকালৈ ৰাওনা হয় অভিনেতাগৰাকী। অভিনেতাগৰাকীৰ সৈতে গৈছে ৰাজ্যিক গৃহ মন্ত্ৰী কিৰণ ৰিজিজু। মেছুকা মহোৎসৱত অংশ ল'ব অভিনেতাগৰাকীয়ে।