অসম মুখ্য-পৃষ্ঠা শদিয়া গাঁও পঞ্চায়তত অগপ প্ৰাৰ্থীৰ জয় শদিয়া গাঁও পঞ্চায়তত অগপ প্ৰাৰ্থীৰ জয় asomiyapratidin 12 Dec 2018 09:41 IST Follow UsNew Updateশদিয়া গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী বিজয়ী।মিনাশ্ৰী দাস নিৰ্বাচিত হৈছে গাঁও পঞ্চায়তৰ সদস্য ৰূপে।এতিয়ালৈকে দুটা গাঁঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা।তাৰে এটা লাভ কৰিছে বিজেপিয়ে আৰু আনটো লাভ কৰিছে অগপই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক