শদিয়া গাঁও পঞ্চায়তত অগপ প্ৰাৰ্থীৰ জয়

শদিয়া গাঁও পঞ্চায়তত অগপ প্ৰাৰ্থীৰ জয়
  • শদিয়া গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী বিজয়ী।
  • মিনাশ্ৰী দাস নিৰ্বাচিত হৈছে গাঁও পঞ্চায়তৰ সদস্য ৰূপে।
  • এতিয়ালৈকে দুটা গাঁঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা।
  • তাৰে এটা লাভ কৰিছে বিজেপিয়ে আৰু আনটো লাভ কৰিছে অগপই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in