দক্ষিণ শালমাৰা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, UPDATES

দক্ষিণ শালমাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানৰ ফলাফল-

ভাৰতীয় জনতা পাৰ্টিঃ
আঞ্চলিক পঞ্চায়তৰ সদস্য- ০।
গাওঁ পঞ্চায়তৰ সভাপতি- ০।
পঞ্চায়তৰ সদস্য- ৭।

অসম গণ পৰিষদঃ
আঞ্চলিক পঞ্চায়ত- ২।
গাওঁ পঞ্চায়তৰ সভাপতি- ২।
পঞ্চায়তৰ সদস্য- ২২।

কংগ্ৰেছঃ

আঞ্চলিক পঞ্চায়তৰ সদস্য- ২।
সভাপতি- ১।
পঞ্চায়তৰ সদস্য- ২৭।

এ আই ইউ ডি এফঃ

আঞ্চলিক সদস্য- ৭।
সভাপতি- ৭।
পঞ্চায়ত সদস্য- ৩৮।

নিৰ্দ্দলীয়ঃ

আঞ্চলিক সদস্য- ১।
পঞ্চায়ত সদস্য- ১৫।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in