দক্ষিণ শালমাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানৰ ফলাফল-
ভাৰতীয় জনতা পাৰ্টিঃ
আঞ্চলিক পঞ্চায়তৰ সদস্য- ০।
গাওঁ পঞ্চায়তৰ সভাপতি- ০।
পঞ্চায়তৰ সদস্য- ৭।
অসম গণ পৰিষদঃ
আঞ্চলিক পঞ্চায়ত- ২।
গাওঁ পঞ্চায়তৰ সভাপতি- ২।
পঞ্চায়তৰ সদস্য- ২২।
কংগ্ৰেছঃ
আঞ্চলিক পঞ্চায়তৰ সদস্য- ২।
সভাপতি- ১।
পঞ্চায়তৰ সদস্য- ২৭।
এ আই ইউ ডি এফঃ
আঞ্চলিক সদস্য- ৭।
সভাপতি- ৭।
পঞ্চায়ত সদস্য- ৩৮।
নিৰ্দ্দলীয়ঃ
আঞ্চলিক সদস্য- ১।
পঞ্চায়ত সদস্য- ১৫।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us