ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ২ জন

ৰূপহীহাটৰ কাঠপাৰাত দলবদ্ধ ধৰ্ষণৰ ঘটনা। এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ তিনি লম্পটৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
হানি-খুঁচি হত্যা এজন গৃহৰক্ষী জোৱানক...

  • ৰূপহীহাটৰ কাঠপাৰাত দলবদ্ধ ধৰ্ষণৰ ঘটনা।

  • এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ তিনি লম্পটৰ বিৰুদ্ধে।

  • ভুক্তভোগী কিশোৰীৰ এজাহাৰৰ ভিত্তিত সোমবাৰে গ্রেপ্তাৰ দুই লম্পটক।

  • গ্রেপ্তাৰ: নুৰ মোহাম্মদ ৰহমান, মিৰাজুল ইছলাম।

  • আন এটা অভিযুক্ত পলাতক অৱস্থাত।

  • ইতিমধ্যে অভিযুক্ত দুই ধৰ্ষণকাৰীক জে’ল হাজোতলৈ প্রেৰণ।

Assam police