Published on:
Updated on:
- শনিবাৰে বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে তেজপুৰৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি আৰ পি শৰ্মাই।
- দুই এদিনতে জনতা দল (ইউনাইটেড)ত JD(U) দলত যোগদান কৰিব শৰ্মাই।
- জেডিইউৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰিছে।
- দেওবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে জনতা দল (ইউনাইটেড)ত যোগদান কৰাৰ সম্ভাৱনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in