বিজেপিৰ পৰা পদত্যাগ কৰি কি ক’লে আৰ পি শৰ্মাই

বিজেপিৰ পৰা পদত্যাগ কৰি কি ক’লে আৰ পি শৰ্মাই
  • নতুন দিল্লীত সাংসদ আৰ পি শৰ্মাৰ সংবাদমেল।
  • লোকসভা নিৰ্বাচনৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ পেনেলত নাম নথকাৰ বাবে শনিবাৰে পদত্যাগ কৰিছিল নেতাজনে।
  • সংবাদমেলত বিজেপিক সমালোচনা সাংসদগৰাকীৰ।
  • হিমন্ত বিশ্ব শৰ্মাসহ ২০১৫চনত কেইবাজনো নেতাই বিজেপিত যোগ দিব বিচাৰোতে মই বিৰোধ কৰিছিলো।
  • আজি এই ঘটনা ঘটিব বুলি মই তেতিয়াই দেখিছিলো।
  • মই ২০১৫ চনত কৈছিলো ই আহিলে আমাৰ পুৰণি পাৰ্টি কৰ্মীৰ অস্তিত্ব নাইকিয়া হৈ মাটিৰ সৈতে মিলি যাৱ।
  • অগপ-বিজেপিৰ মিত্ৰতাকো মই বিৰোধিতা কৰিছিলো।
  • মই বিৰোধ কৰাৰ বাবে মোক ক'ৰ কিমিটিৰ পৰা উলিয়াই দিয়া হ'ল।
  • হিমন্ত বিশ্ব শৰ্মাই খেলক মোৰ আপত্তি নাই।
  • কিন্তু অআৰ পি শৰ্মা চিটিং এম পি হয়, আছাম গোৰ্খা সমন্বয়ৰ সভাপতি হয়।
  • ভাৰতত ১.৫০ কোটি গোৰ্খা আছে তেওঁলোকৰ প্ৰতিনিধি মই।
  • দুইবাৰ দুই চৰ মাৰি দিব তাৰ পৰা কব ছ'ৰী।
  • বিজেপিক সমালোচনা আৰ পি শৰ্মাৰ। সাংসদগৰাকীৰ। পেনেলত সাংসদ এজনৰ নাম নথকাটো চূড়ান্ত অপমান বুলি সংবাদমেলত মন্তব্য আৰ পি শৰ্মাৰ।
  • ল'লিপপ সৰু ল'ৰাই খায়, মোক লোভ দি লাভ নাই।
  • মোৰ পেপাৰ ৰেডী আছে, সিদ্ধান্ত মই ল'ম নিৰ্বাচন খেলা নেখেলাৰ।
  • হিমন্তই মোক কি পানী খুৱাব?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in