New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/f8f43a1c-6ee5-497b-bfd1-b33b408af94e-1.jpg)
- ৰৌতাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন ।
- সন্ধানহীন ছাত্ৰ জনৰ নাম জুলিয়াচ মুৰ্মু ।
- ৰৌতা জাতীয় বিদ্যালয়ৰ ছাত্ৰ জুলিয়াচ মুৰ্মু ।
- যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰ জন।
- ছাত্ৰজনৰ বয়স ১৫ বছৰ।
- ছাত্ৰজনৰ ঘৰ ৰৌতাৰ ১নং ভেৰগাওঁত ।
- ছাত্ৰ জন সন্ধানহীন হোৱাক লৈ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ ।
- কোনো লোকে সন্ধান পালে ৭০০২৮৭৯৭২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ ।