কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে।বিধায়কগৰাকীয়ে নিজেই স্পষ্টিকৰণ দিলে এই বিষয়ত। আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই জাৰি কৰিছে এক কাৰণ দৰ্শোৱাৰ জাননী। কংগ্ৰেছৰ ছীফ হুইপ ৱাজেদ আলী চৌধুৰীলৈ কাৰ্ণ দৰ্শোৱাৰ জাননী। ৰকিবুল হুছেইন সন্দৰ্ভত মন্তব্য দিছিল ৱাজেদ আলীয়ে। দলৰ আভ্যন্তৰীণ বিষয়ত কথা কোৱাৰ অধিকাৰ সকলোৰে নাই বুলি মন্তব্য ভূপেন বৰাৰ। .ক্লিক কৰি পঢ়কঃ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত আটক কাকতিবাৰীৰ শিক্ষক…