অসম সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১জন সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১জন asomiyapratidin 12 Nov 2018 18:30 IST Follow UsNew Updateসোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।দ্ৰুতবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাত থিতাতে মৃত্যু এজন লোকৰ।নিহত লোকজনৰ নাম প্ৰণৱ মহন।অভয়পুৰৰ ধোদৰআলিত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক