চানমাৰী উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

ROAD ACCIDENT
ROAD ACCIDENT
  • নিশা চানমাৰী উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ডিভাইডাৰত খুন্দিয়াই বাগৰিল চাৰিচকীয়া বাহন।

  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত বাহনখনৰ চালক।

  • সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in