New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নিশা চানমাৰী উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডিভাইডাৰত খুন্দিয়াই বাগৰিল চাৰিচকীয়া বাহন।
গুৰুতৰভাৱে আঘাতপ্রাপ্ত বাহনখনৰ চালক।
সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।