চৰাইদেউ নিমনাগড়ত পথ দুৰ্ঘটনা…

চৰাইদেউ নিমনাগড়ত পথ দুৰ্ঘটনা…

author-image
asomiyapratidin
New Update
চৰাইদেউ নিমনাগড়ত পথ দুৰ্ঘটনা…

  • চৰাইদেউ নিমনাগড় ধোদৰ আলিত সংঘটিত হৈছে ভয়কৰ পথ দুৰ্ঘটনা।
  • চাউল কঢ়িয়াই অনা এখন ট্ৰাকে মহটিয়াই নিলে মেক্স পি আপ বাহনক।
  • সংকটজনক অৱস্থাত এজনক চিকিৎসালয় ভৰ্তি।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলী পৰা পলায়ন ট্ৰাক চালকজনৰ ।
  • দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন নম্বৰ NL-03 A 8792 আৰু মেক্স পিক আপ খনৰ নম্বৰ AS-04-AC 6171 ৷
  • এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মেক্স পিক আপ বাহনখনৰ আগৰ অংশ ভাঙি সম্পূৰ্ণৰূপে সোমাই গৈছে।
  • দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখন ধোদৰ আলিৰ ওপৰতে বাগৰি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ৷