/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b74053c1-aa9f-459d-9716-67fb8d9e7f8a/ritul.jpg)
বৰপেটাৰ লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্রেৰণ।
মঙলবাৰে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল ৰিতুলক।
বুধবাৰে বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰিছিল হুছেইনক।
আদালতে অভিযুক্ত ৰিতুল হুছেইনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।
অভিযোদ অনুসৰি এগৰাকী যুৱতীক অপহৰণ কৰিছিল ৰিতুল হুছেইনে।
যুৱতী গৰাকীক লাভ জেহাদৰ বাবে বাধ্য কৰিছিল ৰিতুল হুছেইনে।
যুৱতীগৰাকীয়ে মঙলবাৰে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰিছিল।
তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল ৰিতুল।