গাঁও পঞ্চায়তৰ সভাপতি পদত ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ পৰাস্ত

গাঁও পঞ্চায়তৰ সভাপতি পদত ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ পৰাস্ত
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ শশধৰ বৰা ৰণত পৰিল পঞ্চায়ত নিৰ্বাচনত।
  • তেজপুৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী আছিল তেওঁ।
  • বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হ'ল ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ।
  • তেজপুৰ পৰ্বতীয়া গাঁও পঞ্চায়তত সভাপতি পদত নিৰ্বচিত হ'ল বিজেপিৰ নৰেণ মহন্ত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in