New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ শশধৰ বৰা ৰণত পৰিল পঞ্চায়ত নিৰ্বাচনত।
- তেজপুৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী আছিল তেওঁ।
- বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হ'ল ৰিপুন বৰাৰ জ্যেষ্ঠ ভাতৃ।
- তেজপুৰ পৰ্বতীয়া গাঁও পঞ্চায়তত সভাপতি পদত নিৰ্বচিত হ'ল বিজেপিৰ নৰেণ মহন্ত।