অসম কন্যা ৰীমা দাসলৈ আন এক বিৰল সন্মান

অসম কন্যা ৰীমা দাসলৈ আন এক বিৰল সন্মান

author-image
asomiyapratidin
New Update
ৰীমা দাসৰ আন এক কৃৰ্তিত্ব…

  • অসম কন্যা ৰীমা দাসলৈ আন এক বিৰল সন্মান।
  • বিশ্বৰ আগশাৰীৰ ছবি মহোত্‍সৱৰ অন্যতম টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টেভেলৰ 'শ্বেয়াৰ হাৰ জাৰ্নী' শীৰ্ষক পদক্ষেপৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে দাসক।
  • ভিলেইজ ৰকষ্টাৰৰ পাছতে ৰীমাৰ বুলবুল কেন চিং নামৰ ছবিখনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাজক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।
  • ৰীমা এই খবৰত উৎফুল্লিত হৈ পৰিছে ছয়গাঁওবাসী।