New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/rima-das-interview-with-anupama-chopra-village-rockstars-feature-46.jpeg)
- পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা ৰীমা দাস।
- ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত 'Someone to Watch' পুৰস্কাৰ লাভ কৰিলে ছবি নিৰ্মাতা ৰীমা দাসে।
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
- ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ' আৰু 'বুলবুল কেন ছিং' ছবি দুখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us