/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/700c8dd7-0171-4755-94c7-126ed45353ee/oc.jpg)
শিশু শ্ৰমিক ৰখাৰ অপৰাধত OC ৰাজীৱ নাথক ৰিজাৰ্ভ ক্ল’জ
ডিজিটেল ডেস্কঃ পলাশবাৰী আৰক্ষী থানাৰ অচিক ৰিজাৰ্ভ ক্ল’জ। শিশু শ্রমিক ৰখাৰ অপৰাধত OC ৰাজীৱ নাথক ৰিজাৰ্ভ ক্ল’জ। এটা এনজিইই ৰাজীৱ নাথৰ বিৰুদ্ধে দিছিল অভিযোগ। সেই অভিযোগৰ ভিত্তিতেই ৰিজাৰ্ভ ক্লজ কৰা হয় আৰক্ষী বিষয়াগৰাকীক।
থানাৰ কোৱাৰ্টাৰত ৰাখিছিল শিশু শ্রমিকক। প্ৰায় ৫ বছৰ ধৰি শিশু শ্ৰমিক ৰাখিছিল আৰু তাৰপাছতে মছলপুৰ থানাত ৰুজু হৈছিল গোচৰ। ইয়াৰ পাছতে পলাশবাৰী থানাত নিযুক্তি দিয়া হৈছে নতুন অচি।
Also Read: কৰ্তব্যত গাফিলতি আৰু সহকৰ্মীক বেয়া ব্যৱহাৰ! নিলম্বন SI কৰবী শইকীয়া...