বদৰপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ

author-image
Asomiya Pratidin
New Update
বদৰপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ

  • বদৰপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ

Advertisment
  • OC চন্দন গোস্বামীক ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ

  • নিশাৰ গুলীচালনাৰ ঘটনাক কেন্দ্র কৰি OCক ৰিজাৰ্ভ ক্ল’জ

  • আচামী ধৰিবলৈ গৈ শূন্যলৈ গুলীচালনা কৰিছিল বদৰপুৰ আৰক্ষীয়ে

  • এক গোচৰ সংক্রান্তত আৰক্ষীয়ে আটক কৰিবলৈ গৈছিল অভিযুক্তক

  • অভিযুক্তই আৰক্ষীৰ ওপৰত আক্রমণ চলোৱাৰ গুৰুতৰ অভিযোগ

Assam police