New Update
- কামৰূপৰ কমলপুৰ সমষ্টিৰ পূৱ কাছাৰী মহল জিলা পৰিষদত আগবাঢ়ি আছে ৰীনা পাটোৱাৰী।
- দুটা ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে এতিয়ালৈকে।
- আৰু ৫টা ৰাউণ্টৰ ভোটগণনা বাকী।
- এতিয়ালৈকে ২ সহস্ৰাধিক ভোটত আগবাঢ়ি আছে পাটোৱাৰী।
- কংগ্ৰেছৰ প্ৰাৰ্থীৰ সৈতে বিজেপি প্ৰাৰ্থী ৰীনা পাটোৱাৰীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us