২ সহস্ৰাধিক ভোটত আগবাঢ়িছে ৰীনা পাটোৱাৰী

  • কামৰূপৰ কমলপুৰ সমষ্টিৰ পূৱ কাছাৰী মহল জিলা পৰিষদত আগবাঢ়ি আছে ৰীনা পাটোৱাৰী।
  • দুটা ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে এতিয়ালৈকে।
  • আৰু ৫টা ৰাউণ্টৰ ভোটগণনা বাকী।
  • এতিয়ালৈকে ২ সহস্ৰাধিক ভোটত আগবাঢ়ি আছে পাটোৱাৰী।
  • কংগ্ৰেছৰ প্ৰাৰ্থীৰ সৈতে বিজেপি প্ৰাৰ্থী ৰীনা পাটোৱাৰীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in