New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/generic_earthquake_breaking_news-1.jpg)
প্ৰতীকি ফটো
- অসমৰ লগতে মণিপুৰ আৰু নগালেণ্ডতো জোকাৰি গ'ল ভূমিকম্পই।
- ১.১৭ বজাত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।
- এতিয়ালৈকে কোনো ঠাইৰ পৰা অহা নাই ক্ষয়ক্ষতিৰ বাতৰি।
- মৃদু ভূমিকম্প আছিল এইটো।
- মহানগীৰৰ উপকণ্ঠ অঞ্চলত অনুভূত হৈছিল জোকাৰণি।
- ৫.২ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us