New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/rape-nagaon.jpg)
প্ৰতীকি ফটো
- মৰিগাঁৱৰ সাতগাঁৱত সংঘটিত কিশোৰী বলাত্কাৰত অভিযুক্ত চম্পক দাসক নামৰ লোকজনক গ্ৰেপ্তাৰ।
- মৰিগাঁৱৰ জালুগুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চম্পক দাসক।
- শুকুৰবাৰে ধৃত চম্পকৰ বলাত্কাৰৰ বলি হৈছিল এজনী ১২ বছৰীয়া কিশোৰী।
- মুখত সোপা দি পথাৰলৈ নি বলাত্কাৰ কৰাৰ অভিযোগ কিশোৰীগৰাকীক।
- সংকটজনক অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকী।
- বৰ্তমানেও চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী।