Published on:
Updated on:
- কোকৰাঝাৰৰ দোতমাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।
- দোতমাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ।
- দোতমাৰ বিজেপি প্ৰাৰ্থী বিভূতি ভূষণ বৰগয়াৰীৰ হৈ প্ৰচাৰ ।
- বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।
- বিধানসভা নিৰ্বাচনত বিপিএফৰ সতে মিত্ৰতা নাথাকে বিজেপিৰ ।
- ৰঞ্জিত দাসে কাৰো ভৰিত ধৰি ৰাজনীতি নকৰে।
- কোনো বিবেকাবান ভোটাৰে হাগ্ৰামা মহিলাৰী বা বিপিএফ দলক ভোটদান নকৰে ।য
- কংগ্ৰেছ -এআইইউডিএফৰ মিত্ৰতা পুৰণকলীয়া , এতিয়া প্ৰকাশ হে হৈছে ।
- স্বাভিমানী অসমীয়া থকালৈকে বিজেপিৰ একো ক্ষতি নহয় ।
- ৰাইজৰ দাবীত বিটিচিৰ ছয় -সাতটা সমষ্টিত দুই এদিনতে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব বিজেপিয়ে ।
- একক সংখ্যাগৰিষ্ঠতাৰে বিটিচিৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in