Published on:
Updated on:
- ৰঙিয়াৰ কেন্দুকোণাত অস্ত্ৰসহ আটক এজনক।
- আটকাধীন লোকজনৰ নাম ছহিদুল হক ওৰফে ৰুবুল।
- আৰক্ষীয়ে ছহিদুল হকৰ পৰা জব্দ কৰে এটা আমেৰিকাত নিৰ্মিত পিষ্টল।
- সেনা আৰু কমলপুৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত আটক লোকজন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in