Published on :
Updated on :
- ৰঙিয়া ৰে'ল ষ্টেচনৰ সমীপত শনিবাৰে সংঘটিত হ'ল এক অঘটন
- চলন্ত ৰে'লৰ পৰা পৰিল এগৰাকী যাত্ৰী।
- দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় যাত্ৰীগৰাকী।
- বৰ্তমানলৈকে লাভ কৰা নাই যাত্ৰীগৰাকীৰ পৰিচয়।
- জিএমচিএইছত ভৰ্তি কৰা হৈছে তেওঁক।
- কোনো দুৰ্বৃত্তই ঠেলা মাৰি পেলাই দিয়াৰ সন্দেহ।
Asomiya Pratidin
www.asomiyapratidin.in