ভোটগ্ৰহণ কেন্দ্ৰত অঘটন! ই ভি এমত জ্বলে কেৱল পদুম ফুলত ভোট দিয়াৰ সংকেত…

ভোটগ্ৰহণ কেন্দ্ৰত অঘটন! ই ভি এমত জ্বলে কেৱল পদুম ফুলত ভোট দিয়াৰ সংকেত…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাঁও পঞ্চায়তৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত অঘটন।
  • ই ভি এমত যি বুটামেই নিটিপক, পদুম ফুলত ভোট দিয়াৰ সংকেতৰ লাইট জ্বলি উঠে।
  • ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত গুডামঘাট মিৰিগাঁও স্কুলত থকা ভোটগ্ৰহণ কেন্দ্ৰত এই অঘটন।
  • ভোটাৰে নিৰ্বাচনী বিষয়াক প্ৰশ্ন কৰাত ভোটগ্ৰহণ সামৰিকভাৱে স্থগিত।
  • নতুন ই ভি এমেৰে ভোটগ্ৰহণ কেন্দ্ৰটোত হ'ব পুনৰ ভোটগ্ৰহণ।
  • এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ৰাইজৰ প্ৰতিবাদ।