New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/raja-bailung-arrested-by-goa-policeA.jpg)
- অৱশেষত গ্ৰেপ্তাৰ হ'ল যোৰহাটত কৰ্তব্যৰত আৰক্ষীক অশ্লীল ভাষাত গালি দিয়া ৰাজা বাইলুং নামৰ যুৱকজন।
- গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক।
- যোৰহাটৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে গ্ৰেপ্তাৰ কৰাৰ কথা।
- পানজিমৰ পৰা দেওবাৰে নিশা ২ বজাত গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।
- ৰাজা বাইলুঙক চমজি লবলৈ যোৰহাট আৰক্ষীৰ এটা দল ৰাওনা হৈছে পানজিমলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/056047f6-c4c3-4a96-bebb-75bc60bfb47f-576x1024.jpg)
- সুৰাসক্ত অৱস্থাত থকা যুৱকজনে অপদস্থ কৰিছিল কেইবাগৰাকী যানবাহন আৰক্ষীক।
- সমগ্ৰ ঘটনা প্ৰকাশ পাইছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত।
- তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/raja-arreestttt.jpg)
- সকলো লোকে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us