Published on :
Updated on :
- অনিৰ্দ্দিষ্টকাললৈ বন্ধ থাকিব ৰহাৰ টোলগেট।
- কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বৈঠকত নোলাল কোনো সমাধানসূত্ৰ।
- পৰৱৰ্তী আলোচনা নোহোৱালৈকে বন্ধ থাকিব টোলগেটখন।
- জনতা ভৱনত কৃষক নেতা অখিল গগৈৰ উপস্থিতিত হৈছিল বৈঠক।
- ইয়াৰ পূর্বেও আলোচনাত বহিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি।
- টোলগেটৰ বিৰোধিতাত যুক্তি দিছিল অখিল গগৈয়ে।
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
Asomiya Pratidin
www.asomiyapratidin.in