অসম মুখ্য-পৃষ্ঠা ৰহাত ছাত্ৰ সন্থাৰ নেতাৰ আকস্মিক বিয়োগ… ৰহাত ছাত্ৰ সন্থাৰ নেতাৰ আকস্মিক বিয়োগ… asomiyapratidin 27 Apr 2020 21:47 IST Follow UsNew Updateৰহাত ছাত্ৰ নেতাৰ আকস্মিক বিয়োগ। নগাৱঁৰ দক্ষিণ-পশ্চিম নগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমানজ্যোতি বৰকাকতিৰ (২২) হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। বিমানৰ ঘৰ ৰহাৰ ফুলগুৰিৰ পশ্চিম শালমৰাত। ছাত্ৰ নেতাগৰাকীৰ মৃত্যুত সৰ্বত্ৰে শোকৰ ছাঁ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক