Published on:
Updated on:
- ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দণ্ডমোহন শইকীয়াৰ পৰলোক।
- হৃদৰোগত আক্ৰত হৈ পুৱতি নিশা মৃত্যু।
- নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা, জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি আছিল দণ্ডমোহন শইকীয়া।
- বিভিন্ন দল, সংগঠনৰ শোক প্ৰকাশ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in