New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7008a325-7dfb-489f-9878-86ad3c96d220/329001641.jpg)
খঁহি পৰিল ৰেডিশ্যন ব্লুৰ চাঁদ।
প্ৰথম মহলাৰ এক বৃহৎ অংশ হঠাৎ খহি পৰে পঞ্চতাৰকা হোটেলখনৰ।
সেই সময়ত হোটেলখনত অনুষ্ঠিত হৈ আছিল এক গুৰুত্বপূৰ্ণ বৈঠক।
কেইবাগৰাকীও বিষয়া-আমোলা উপস্থিত আছিল সেই বৈঠকখনত।
কথমপি প্ৰাণৰক্ষা হোটেলখনত সেই সময়ত উপস্থিত থকা লোকসকলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us