New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/dangor-khobr.jpg)
- সফল পৰিসমাপ্তি ঘটিছে আলফা স্বাধীন আৰু কুইপ'ৰ মাজৰ আলোচনাৰ।
- অতি সোনকালে ঘূৰি আহিব কুইপ'ৰ দুই অপহৃত কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।
- দুই পক্ষক ইতিবাচক দৃষ্টিৰে আগবাঢ়িছিল আলোচনা।
- কুইপ'-য়ে অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি।
- এই আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিলে এই তথ্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us