New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/77f522bb-a5c1-49d2-b2c1-24af04ccdeae.jpg)
- ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত।
- বৃহস্পতিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰা বাংলাত আটছা মৰঙি উপশাখাৰ উদ্যাগত অনুষ্ঠিত হয় সজাগতা সভা আৰু প্ৰতিবাদী কাৰ্য্যসূচী।
- ৰাজ্যত চুলাই মদ, লালী গুড় আৰু সকলোধৰণৰ মাদক দ্ৰব্য বন্ধ কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে।
- এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সদস্য সকলেও ভাগ লয়।
/https://media.assettype.com/asomiyapratidin/import/website/2019/02/2bffd87c-2d7b-4835-af87-f1e44e415374.jpg)