ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত পোৰা বাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ…

ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত পোৰা বাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ…
  • ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত।
  • বৃহস্পতিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰা বাংলাত আটছা মৰঙি উপশাখাৰ উদ্যাগত অনুষ্ঠিত হয় সজাগতা সভা আৰু প্ৰতিবাদী কাৰ্য্যসূচী।
  • ৰাজ্যত চুলাই মদ, লালী গুড় আৰু সকলোধৰণৰ মাদক দ্ৰব্য বন্ধ কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে।
  •  এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সদস্য সকলেও ভাগ লয়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in