আমিনগাওঁত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল

আমিনগাওঁত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল
  • আমিনগাওঁত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল।
  • আমিনগাঁওবাসী ৰাইজে শৰাইঘাটৰ পৰা উলিয়ালে বৃহৎ প্ৰতিবাদী সমদল।
  • সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে কেইবা শতাধিক ৰাইজৰ প্ৰতিবাদত উত্তাল আমিনগাঁও।
  • বিধেয়ক বাতিল নহ'লে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ।
  • হাতে হাতে জোৰ লৈ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আমিনগাঁওবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in