অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা, আমবাৰীত উত্তেজনা

অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা, আমবাৰীত উত্তেজনা
  • অগপ-বিজেপিৰ মিত্ৰতাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।
  • অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অগপৰ তৃণমূল কৰ্মীৰ।
  • শনিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।
  • অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰি একাংশ অগপ কৰ্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • প্ৰতিবাদকাৰীক একাংশ অগপ কৰ্মীয়ে বাধা দিবলৈ যাওতে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।
  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা।
  • অগপ কৰ্মীৰ ইচ্ছাক জলাঞ্জলি দি কেৱল ক্ষমতাৰ লোভত বিজেপিৰে মিত্ৰতা কৰাৰ অভিযোগ অগপৰ বিৰুদ্ধে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in