বেবেজীয়াত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

বেবেজীয়াত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ। গাঁৱলৈ স্মাৰ্ট মিটাৰ অনাৰ বিৰুদ্ধে প্রতিবাদ।

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ কৃষ্ণাইখাতত শনিবাৰে কৃষ্ণাইখাত বাইপাছত কৃষক মুক্তি সংগ্রাম সমিতি, নগাঁও জিলাৰ উদ্যোগত এপিডিচি এলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰা হয়।

Advertisment

সঘনে কৰা লোড ছেডিঙে ৰাইজক জলা-কলা খোৱাৰ উপৰিও গাঁৱলৈ স্মাৰ্ট মিটাৰ অনাৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদী কায্যসূচী ৰূপায়িত কৰে। উক্ত কাৰ্সূযচীত শক্তি মন্ত্ৰী নন্দিতা গালোছাৰ প্ৰতিকৃতি দাহ কৰা হয় ।

প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ সম্পাদক জিতেন বৰাৰ নেতৃত্বত অৰ্ধশাধিক লোক উপস্থিত থাকে ।

apdcl