অসম মুখ্য-পৃষ্ঠা বিশ্বনাথত উপস্থিত প্ৰিয়ংকা গান্ধী… VIDEO বিশ্বনাথত উপস্থিত প্ৰিয়ংকা গান্ধী… VIDEO asomiyapratidin 01 Mar 2021 20:26 IST Follow UsNew Updateবিশ্বনাথত উপস্হিত হ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।তাৰপাছত মঙলবাৰে পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত চাহ শ্ৰমিকৰ লগত কৰিব মত বিনিময়। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক