অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকক নিলম্বন

  • অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক অৰূপ তালুকদাৰক নিলম্বন।
  • যুৱ কংগ্ৰেছৰ এজন বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ।
  • সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত নিলম্বিত হ'ল অৰূপ তালুকদাৰ।
  • যুৱ কংগ্ৰেছৰ বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ উঠাৰ বাবে নিলম্বন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in