অসম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকক নিলম্বন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকক নিলম্বন asomiyapratidin 27 Oct 2018 18:35 IST Follow UsNew Updateঅসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক অৰূপ তালুকদাৰক নিলম্বন।যুৱ কংগ্ৰেছৰ এজন বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ।সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত নিলম্বিত হ'ল অৰূপ তালুকদাৰ।যুৱ কংগ্ৰেছৰ বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ উঠাৰ বাবে নিলম্বন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক