গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পপী হাজৰিকাৰ সোণৰ পদক অৰ্জন

গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত পপী হাজৰিকাৰ সোণৰ পদক অৰ্জন

author-image
Asomiya Pratidin
New Update
গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পপী হাজৰিকাৰ সোণৰ পদক অৰ্জন

ডিজিটেল ডেস্ক : ২৫ অক্টোবৰৰ পৰা গোৱাত অনুষ্ঠিত হৈছে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া (নেচনেল গেমছ)। য'ত অংশগ্ৰহণ কৰিছে ভাৰতৰ ২৮ খনৰ ৰাজ্যৰ ১০ সহস্ৰাধিক খেলুৱৈয়ে।

Advertisment

অহা ৯ নৱেম্বৰত এই ক্ৰীড়া মহোৎৱৰ অন্ত পৰিব। এই প্ৰতিযোগিতাত অসম কন্যা পপী হাজৰিকাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ভাৰোত্তোলনত মহিলাৰ ৫৯ কেজি শাখাত ভাগ লৈ সোণৰ পদক লাভ কৰে। উল্লেখ্য যে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৭ সহস্ৰাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ লৈছিল।

Also Read: দংৰপথাৰ গাঁৱত শংকৰদেৱ সংঘৰ কৰ্ম-কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

National Games Goa 2023 Popy Hazarika