পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব প্ৰধানমন্ত্ৰী…

পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব প্ৰধানমন্ত্ৰী…

author-image
asomiyapratidin
New Update
পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব প্ৰধানমন্ত্ৰী…

  • বিদেশ যাত্ৰা সামৰি মঙলবাৰে পুৱা স্বদেশ পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • মঙলবাৰে পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব মোডী।
  • অৰুণ জেটলীৰ মৃত্যু সময়ত ইউ এ ইত আছিল প্ৰধানমন্ত্ৰীজন।
  • ফোনেৰেই সমবেদনা জ্ঞাপন কৰিছিল পৰিয়ালক।
  • জেটলীৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক বিদেশ যাত্ৰা সমাপ্ত নকৰিবলৈ জনাইছিল আহ্বান।