অতুলানন্দ গোস্বামীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক…

অতুলানন্দ গোস্বামীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক…

author-image
asomiyapratidin
New Update
‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ প্ৰথিতযশা সাহিত্যিক, অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰিছে। টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি অসমীয়াতে লিখিছে যে, 'বিশিষ্ট লেখক শ্ৰী অতুলানন্দ গোস্বামীদেৱৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে বিপুল সমাদৰ লাভ কৰিছিল আৰু ইয়াৰ বিবিধতা আৰু সংবেদনশীলতাৰ বাবে প্ৰশংসিত হৈছিল'।

Advertisment


— Narendra Modi (@narendramodi) July 27, 2022

ইয়াৰ উপৰিও তেওঁ লিখিছে যে- তেওঁ ইংৰাজীত অসমীয়া সাহিত্যক জনপ্ৰিয়কৰণৰ অৰ্থে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।


— Narendra Modi (@narendramodi) July 27, 2022