আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

author-image
asomiyapratidin
New Update
আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

  • আজি উত্তৰ–পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • লোকসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজাব মোদীয়ে।
  • প্ৰথমে মণিপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী।
  • ইম্ফলৰ হাপ্টা কাংজেইবাঙত এখন জনসভাত ৮টা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব ৪ টা প্ৰকল্প।
  • প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনত বন্ধৰ আহ্বান জনাইছে ক'ৰকমে।
  • মণিপুৰত অনুষ্ঠান সামৰি শিলচৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী।
  • শিলচৰত লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাব মোদীয়ে।
  • ৰামনগৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • মোদীৰ আগমনক লৈ শিলচৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।