অসুস্থ মন্ত্ৰী ফণীভূষণ চৌধুৰী…

অসুস্থ মন্ত্ৰী ফণীভূষণ চৌধুৰী…
  • অসম চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী অসুস্থ।
  • মঙলবাৰে সন্ধিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰাত মন্ত্ৰীজনক লগে লগে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হস্পিতালত ভৰ্তি কৰোৱা হয়।
  • জ্যেষ্ঠ আঞ্চলিক নেতাগৰাকী কি কাৰণত এইদৰে হঠাৎ অসুস্থ হৈ পৰিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
  • অৱশ্যে সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in