New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/PHONI.jpg)
- অসম চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী অসুস্থ।
- মঙলবাৰে সন্ধিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰাত মন্ত্ৰীজনক লগে লগে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হস্পিতালত ভৰ্তি কৰোৱা হয়।
- জ্যেষ্ঠ আঞ্চলিক নেতাগৰাকী কি কাৰণত এইদৰে হঠাৎ অসুস্থ হৈ পৰিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
- অৱশ্যে সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us