অসম
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
- সোমবাৰেও হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- আজি পেট্ৰ'লত ২০ পইচা আৰু ডিজেলত ১৮ পইচাকৈ হ্ৰাস।
- গুৱাহাটীত আজি পেট্ৰ'লৰ মূল্য ৭৬.১৯ টকা আৰু ডিজেলৰ মূল্য ৭২.১১ টকা।
- দেওবাৰে মহানগৰীত পেট্ৰলৰ মূল্য আছিল ৭৬.৩৯ টকা আৰু ডিজেলৰ মূল্য আছিল ৭২.২৯ টকা।