Published on:
Updated on:
- বিহুৰ আনন্দৰ মাজতে পাঠশালা এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড ।
- অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিৱ পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।
- অগ্নিনিৰ্ৱাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।
- বেংকৰ আচৱাৱৰ লগতে সকলো নথি পত্ৰ জুইত জাহ যায় ।
- প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in