Published on :
Updated on :
- অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পুনৰ পদত্যাগ শীৰ্ষ নেতাৰ।
- দলটোৰ জ্যেষ্ঠ মুখপাত্ৰই কৰিলে পদত্যাগ।
- পদত্যাগ কৰা জ্যেষ্ঠ মুখপাত্ৰগৰাকী পাৰ্থ প্ৰতিম বৰা।
- বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰিছে।
- এই বিষয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ লিখিলে পত্ৰ।
- ফেচবুকৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছে এই পত্ৰ।
- কংগ্ৰেছত দলত থাকি সমাজ আৰু সাধাৰণ ৰাইজৰ বাবে কাম কৰাটো সম্ভৱ নহয় বুলি উল্লেখ পদত্যাগ পত্ৰত।
- উল্লেখ্য যে পতদ্যাগী বৰা এ পি চি চিৰ প্ৰাক্তন সম্পাদকো আছিল।
Asomiya Pratidin
www.asomiyapratidin.in