Published on:
Updated on:
- পানীখাইতীৰ হাতীশিলাত ৰে'লৰ খুন্দাত যুৱকৰ মৃত্যু।
- মৃত যুৱকজনৰ নাম সন্মান দৰ্জী।
- চন্দ্ৰপুৰৰ হাজংবৰীত ঘৰ যুৱকজনৰ।
- বৃহস্পতিবাৰে বিয়লি কৰ্মস্থলীলৈ ওলাই যোৱাৰ সময়তে মৃত্যুৰ সন্দেহ।
- উজনিমুৱা ৰে'লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
- যুৱকজনৰ মৃতদেহ ৰে'লপথত পৰি থকাৰ বাবে পুৱাৰ ভাগত ৰে'ল চলাচলত অসুবিধা।
- বহু সময় ধৰি আবদ্ধ হৈ পৰে কেবাখনো ৰে'ল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in