২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আজি হৈ আছে ৰাজ্যজুৰি। ২৬খন জিলাৰ ৪০টা ভোট গ্ৰহণ কেন্দ্ৰত চলিছে ভোটগণনা। আবেলি ১.৪০ বজালৈকে পোৱা তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এনেধৰণৰ-
জিলা পৰিষদৰ সদস্যঃ
- মুঠঃ ৪২০
- কংগ্ৰেছঃ ৫ (জয়/অগ্ৰগতি)
- বিজেপিঃ ৬ (জয়/অগ্ৰগতি)
- অগপঃ ১ (জয়/অগ্ৰগতি)
- এ আই ইউ ডি এফঃ ৩ (জয়/অগ্ৰগতি)
গাঁও পঞ্চায়তৰ সভাপতিঃ
- মুঠঃ ২১৯৯
- কংগ্ৰেছঃ ০৫
- বিজেপিঃ ৩৬
- অগপঃ ৫
- এ আই ইউ ডি এফঃ ২
- অন্যান্যঃ ২
আঞ্চলিক পঞ্চায়তৰ সদস্যঃ
- মুঠঃ ২১৯৯
- কংগ্ৰেছঃ ৫
- বিজেপিঃ ১৮
- অগপঃ ৩
- এ আই ইউ ডি এফঃ ৪
- অন্যান্যঃ ১
গাঁও পঞ্চায়তৰ সদস্যঃ
- মুঠঃ ২১৯৯০
- কংগ্ৰেছঃ ৪৪২
- বিজেপিঃ ৮২৩
- অগপঃ ১৬০
- এ আই ইউ ডি এফঃ ২১
- অন্যান্যঃ ১৫৯